মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…

মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত তীব্রবেগী অল্ট’ আৰু অট’ৰ মুখামুখি সংঘৰ্ষ । দুৰ্ঘটনাত থিতাতে নিহত অট’ চালকজন।

নিহত অট’ চালকজন কইনাধৰাৰ উদয় তালুকদাৰ বুলি চিনাক্ত। খানাপাৰাৰ ট্রেফিক পইণ্টৰ সমীপত এই দুৰ্ঘটনা।

অল্ট’খনৰ নম্বৰ AS 01 EC 6112। আনহাতে অট’খনৰ নম্বৰ AS 01 EC 3546।

Related Articles