Breaking

বিলাসীপাৰাত মীন উন্নয়ন বিষয়ত সজাগতামূলক সভা…

0 32

বিলাসীপাৰা মীন উন্নয়ন কাৰ্যালয়ত মীন সজাগতাৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশালাত ধুবুৰী জিলা-মীন উন্নয়ন বিষয়া ইব্ৰাহিম আলী খানে নিজা ভাষণত ১ এপ্ৰিলৰ পৰা ১৫ জুলাই “থলুৱা মাছৰ প্ৰজাতি সংৰক্ষণ আৰু সংবৰ্ধন” ৰ বিষয়ে বিষদ ভাৱে আলোচনা কৰে।

উক্ত সভাত মৃন্ময় মহন্ত, ধুবুৰী, মীন বিভাগৰ কনিষ্ঠ অভিযন্তা , নয়ন দাস, মীন প্ৰদৰ্শক, চম্পক ডেকা , মীন প্ৰদৰ্শক ৰেজাউল খান, মীন প্ৰদৰ্শক আৰু বিলাসীপাৰা বজাৰৰ মাছ ব্যৱসায় সন্থা মাছ বিক্ৰেতাসকল উপস্থিত থাকে।

লগতে আজি ৰাতিপুৱা ১০:৩০ বজাত ৰঘুনাথ চ’ৰা বিলৰ ওচৰত এখন সজাগতা সভাৰ আয়োজন কৰা হৈছিল।

Leave A Reply

Your email address will not be published.