Breaking

ধেমাজিৰ চিমেন নদীত সন্ধানহীন ডিব্ৰুগড়ৰ ছাত্ৰ আজিতেজ হাজৰিকা…

0 48


ধেমাজিৰ চিমেন নদীত সন্ধানহীন ডিব্ৰুগড়ৰ ছাত্ৰ
সন্ধানহীন আজিতেজ হাজৰিকা নামৰ এজন ছাত্ৰ
আজিতেজ হাজৰিকা ডিব্ৰুগড় জ্ঞান-বিজ্ঞান বিদ্যালয়ৰ ছাত্ৰ


চিমেন নদীৰ পাৰত ফটো উঠিবলৈ গৈছিল ছাত্রজন
ফটো তুলিবলৈ যাওঁতে চিমেন নদীত পৰি যায় আজিতেজ


লিডু-মুৰ্কংচেলেক ৰে’লেৰে গৈছিল ৭ জনীয়া এটা দল
আজিতেজৰ সন্ধানত অভিযান SDRFA

Leave A Reply

Your email address will not be published.