ওড়িশাত বেংগালুৰু-কামাখ্যা এক্সপ্ৰেছৰ দবা লাইনচ্যুত।(Bangalore-Kamakhya Express)
কটকৰ চৰ্দাৰ নীৰগুন্দী ষ্টেচনত এই দুর্ঘটনা।
ৰে’লখনৰ ১১টাকৈ দবা লাইনচ্যুত ।
বেংগালুৰুৰ পৰা অসমলৈ আহি আছিল ৰে’লখন।
উদ্ধাৰ অভিযানৰ বাবে হেল্পলাইন নম্বৰ মুকলি ।
ভদ্রক 8114382371, 9437443469।
কটক 8991124238, 7205149591।
ভূবনেশ্বৰৰ হেল্পলাইন নম্বৰ 8455885999।
ৰে’ল দুৰ্ঘটনাটোত এজন যাত্ৰীৰ মৃত্যু, দুজন আহত।
ঘটনাস্থলীত উপস্থিত আৰক্ষী প্ৰশাসনৰ লোক।
ঘটনাস্থলীত উপস্থিত হৈছে ৰে’লৱেৰ শীৰ্ষ বিষয়া।
আনহাতে ৰে’লখনত আছে অসমৰ বঙাইগাঁৱৰ কাকৈজানৰ তিনিজন যাত্রী।