Breaking

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ…

0 31

হিংসাত্মক প্ৰতিবাদৰ মাজতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ। পদত্যাগ কৰি বাংলাদেশ এৰিলে শ্বেখ হাছিনাই। পদত্যাগ কৰিয়েই ভাৰতলৈ ৰাওনা শ্বেখ হাছিনা। বিশেষ বিমানেৰে আগৰতলাত অৱতৰণ হাছিনাৰ।

দেশখনত ছাত্ৰ বিদ্ৰোহৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ নিয়ন্ত্ৰণত ব্যৰ্থ হাছিনা৷ প্ৰতিবাদকাৰীয়ে চৰকাৰী কাৰ্যালয়ৰ ভাঙি পেলোৱাৰ লগতে প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল আৰক্ষী থানাও৷

Leave A Reply

Your email address will not be published.