Breaking

বাংলাদেশৰ প্ৰভাৱশালী নেতা ইছহাক আলী খান পান্নাৰ মৃত্যু সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য…

0 21

বাংলাদেশৰ প্ৰভাৱশালী নেতাৰ মৃত্যু সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য। হত্যা কৰা হৈছিল আৱামী লীগৰ নেতা ইছহাক আলী খান পান্নাক।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত নেতাজনক হত্যা কৰাৰ তথ্য। মৃত ইছহাকৰ দেহৰ বিভিন্ন স্থানত পোৱা গৈছে আঘাতৰ চিহ্ন।

মেঘালয়ৰ উমকিয়াঙৰ পাহাৰত উদ্ধাৰ হৈছিল নেতাজনৰ মৃতদেহ। উমকিয়াং অসামৰিক চিকিত্সালয়ৰ মৰ্গত ৰখা হৈছে নেতাজনৰ মৃতদেহ।

Leave A Reply

Your email address will not be published.