Breaking

এছিয়া কাপত উজলিল বৰপেটাৰ সন্তান তুমেজ খান…

0 19

এছিয়া কাপত উজলিল বৰপেটাৰ সন্তান তুমেজ খান। গোৱাত অনুষ্ঠিত হোৱা Cup 7th Open International Taekwondo Championship”ত ভাৰতে দুটাকৈ পদক লাভ কৰিবলৈ সক্ষম হয়। ২১ জুনৰ পৰা ২৩ জুনলৈ গোৱাত অনুষ্ঠিত হোৱা “Asia Cup 7th Open International #Taekwondo Championship”ত ভাৰতে দুটাকৈ পদক লাভ কৰে।

তাৰে “Poomsae above 30 category” ত ভাৰতক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জ পদক জিনিবলৈ সক্ষম হয় বৰপেটাৰ চেঙা বিধানসভা সমষ্টিৰ চেনিমাৰীৰ মালিপাৰাৰ তুমেজ খান। তুমেজ খান আহি পোৱাৰ পিছতে আজি পৰিয়ালৰ বৰ্গৰ লগতে অঞ্চলৰ লোকে তুমেজ খানক সম্বৰ্ধনা আৰু শুভেচ্ছা জনায়।

Leave A Reply

Your email address will not be published.