Breaking

সাৱধান! এই ৫টা বস্তুৰ পৰা আঁতৰি থাকক বিবাহিত পুৰুষসকল…

0 93

বিবাহিত পুৰুষসকল সাৱধান উচিত, এই ৫টা বস্তুৱে সন্তানহীন কৰি তুলিব পাৰে আপোনাক। ভাৰতত প্ৰায় পুৰুষে নিজৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰিব নোৱাৰে, ইয়াৰ ফলত বহু ৰোগৰ জন্ম হয়, তেওঁলোকৰ প্ৰজনন ক্ষমতাতো প্ৰভাৱ পৰে। যোৱা কেইটামান দশক ধৰি পুৰুষৰ প্ৰজনন ক্ষমতা হ্ৰাস পাইছে যদিও ইয়াৰ আঁৰত কিছুমান কাৰণ আছে। কেৱল পিতৃ হোৱাৰ ক্ষেত্ৰত পুৰুষে সমস্যাৰ সন্মুখীন হোৱাই নহয়, তেওঁলোকৰ যৌন জীৱনতো বেয়া প্ৰভাৱ পৰিব পাৰে।

এই ৫ টা বস্তুৱে পুৰুষৰ প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলায়-

আপুনি নিশ্চয় মাংসৰ জৰিয়তে প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণ কৰে। সদায় সতেজ মাংস খাবলৈ চেষ্টা কৰক, বজাৰত উপলব্ধ প্ৰচেছড মাংস খালে আপোনাৰ প্ৰজনন ক্ষমতাত বেয়া প্ৰভাৱ পৰিব আৰু পিতৃ হোৱাত বাধাৰ সন্মুখীন হ’ব পাৰে।

গৰমৰ পৰা সকাহ পাবলৈ শীতল পানীয় নিশ্চয় খাই। ইয়াত থকা চেনি আৰু কাৰ্বহাইড্ৰেটে শুক্ৰাণুৰ গুণাগুণত বেয়া প্ৰভাৱ পেলায়।

কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বৰ মানুহে চাহ-কফিৰ প্ৰতি আকৰ্ষিত। কিন্তু এই চাহ-কফি পুৰুষৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে। কাৰণ ই পুৰুষৰ প্ৰজনন কোষৰ স্বাস্থ্যৰ ক্ষতি কৰে।

বজাৰত পোৱা জাংক ফুডে আমাক বহুত আকৰ্ষণ কৰে। কিন্তু এই অভ্যাস পুৰুষৰ বাবে ভাল নহয়, কাৰণ ই বহু ৰোগৰ লগতে পুৰুষৰ প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলায়।

আমি সদায় আমাৰ বয়োজ্যেষ্ঠসকলৰ পৰা শুনি আহিছো যে মদ আৰু চিগাৰেটে ঘৰখন ধ্বংস কৰে। এই বেয়া অভ্যাসবোৰে পুৰুষৰ যৌন জীৱন নষ্ট কৰাই নহয় পিতৃ হোৱাৰ সপোনো ভাঙি পেলাব পাৰে। কাৰণ ইয়াৰ ফলত পুৰুষৰ উৰ্বৰতাত নেতিবাচক প্ৰভাৱ পৰে।

Leave A Reply

Your email address will not be published.