Breaking

বাজেট দাখিলৰ পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে দৈ খুৱালে নিৰ্মলা সীতাৰমণক, শুভ কামত দৈ খুৱাই দিয়াৰ পৰম্পৰা বিষয়ে জানেনে

0 24

মোডী ৩.০ চৰকাৰৰ প্ৰথমখন বাজেট দাখিল কৰিবলৈ ওলোৱা পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক দৈ খুৱাই দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। শুভ কামৰ আগত দৈ আৰু চেনি খুৱাই দিয়াৰ এই পৰম্পৰা কিয় জানেনে? ইয়াৰ আঁৰত বহুতো জ্যোতিষ আৰু বৈজ্ঞানিক কাৰণ আছে।


জ্যোতিষৰ মতে বগা বস্তুবোৰ চন্দ্ৰৰ লগত সম্পৰ্কিত। চন্দ্ৰ মনৰ কাৰক। যিহেতু দৈ আৰু চেনি দুয়োটা বগা আৰু জ্যোতিষৰ মতে কোনো শুভ কাম কৰাৰ আগতে দৈ আৰু চেনি খালে ব্যক্তিজনৰ মন কেন্দ্ৰীভূত হৈ থাকে। একে সময়তে তেওঁ সেই কামটো সাৱধানে কৰে, যাৰ ফলত তেওঁ সফলতা লাভ কৰে।

Leave A Reply

Your email address will not be published.