Breaking

মুছলমান হোৱাৰ বাবেই বৰ্তমান সময়ত অকলশৰীয়া হ’বলগীয়া হয় : কণ্ঠশিল্পী লাকী আলী…

0 37

‘মুছলমান হোৱাৰ বাবেই বৰ্তমান সময়ত অকলশৰীয়া হ’বলগীয়া হয়। মুছলমান হোৱাৰ বাবেই বিশ্বই আপোনাৰ সন্ত্ৰাসবাদী বুলি স্বীকৃতি দিব’।

কণ্ঠশিল্পী লাকী আলীয়ে Xত শ্বেয়াৰ কৰে এই বিশেষ পোষ্ট।

সম্প্ৰতি চৰ্চাত কণ্ঠশিল্পীগৰাকীয়ে মুছলমান সন্দৰ্ভত প্ৰকাশ কৰা এই মন্তব্য।

Leave A Reply

Your email address will not be published.