উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক শুভেচ্ছা

লাহোৱাল সমষ্টিৰ ৰহমৰীয়া পঞ্চায়তৰ অন্তৰ্গত ধোপাবৰ মাইজান গাৱলৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ -ছাত্ৰী সকলক গাৱৰ যুৱসকলৰ উদ্যোগত ঘৰে ঘৰে গৈ এখনি ফুলাম গামোচাৰে শুভকামনা যাচিলে লগতে সকলোৰে উজ্বল ভবিষ্যত কামনা কৰিলে ।

Related Articles