Breaking

মাজুলীৰ বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীৰ দেহাৱসান…

0 57

মাজুলীৰ শ্ৰীশ্ৰী বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীৰ দেহাৱসান।

সামাজিক মাধ্যমত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ‘যে ‘মাজুলীৰ শ্ৰীশ্ৰী বৰ এলেঙী সত্ৰৰ পৰম পূজ্য সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামী প্ৰভুৰ মহাপ্ৰয়াণৰ খবৰটি শুনি অতিশয় মৰ্মাহত হৈছোঁ৷ মহাপ্ৰয়াণৰ খবৰটি শুনি অতিশয় মৰ্মাহত হৈছোঁ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত অনুগামী দেৱ গোস্বামী প্ৰভুৰ জাতীয় জীৱনলৈ অৱদান অসমবাসীয়ে চিৰদিন স্মৰণ কৰিব৷ তেখেতৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷’

Leave A Reply

Your email address will not be published.