Bhavananda Goswami passes away মৰিগাওঁ বৰ্ণসত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ গোস্বামী বিয়োগ

Bhavananda Goswami passes away মৰিগাওঁ বৰ্ণসত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ গোস্বামী বিয়োগ।তেখেতৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ভকত-বৈষ্ণৱ তেখেতৰ বাসগৃত সমবেত হৈ মৃতকক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘই।

দৈনন্দিন বাৰ্তা গুৱাহাটী, ২৬ ছেপ্তেম্বৰ

Bhavananda Goswami passes away মহাপুৰুষ দেৱদামোদৰ দেৱৰ দৰ্শনৰ ঐতিহ্যমণ্ডিত মৰিগাওঁৰ দেৱদামোদৰ বৰ্ণ সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ গোস্বামীৰ আজি (২৬ ছেপ্তেম্বৰ) পুৱা ৮.২০ বজাত অসুস্থজনীত কাৰণত বিয়োগ হয়। মৰিগাওঁৰ আধ্যাত্মিক সমাজৰ অন্যতম প্ৰভাৱশালী ধৰ্মগুৰু গোস্বামীৰ মৃত্যুত সমগ্ৰ মৰিগাওঁ জিলাতে গভীৰ শোকৰ ছাঁ পৰিছে। তেখেতৰpasses away মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ভকত-বৈষ্ণৱ তেখেতৰ বাসগৃত সমবেত হৈ মৃতকক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘই। কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংঘৰ ভাৰপ্ৰাপ্ত সংঘাধিকাৰ ৰাজেন্দ্ৰজিৎ কাকতি আৰু সংঘাধিকৰ্তা ঋতুৰাজ গোস্বামীয়ে তেখেতৰ মহাপ্ৰয়ান অসমৰ বৃহত্তৰ দেৱদামোদৰীয় সমাজৰ বৃহৎ ক্ষতি বুলি মন্তব্য কৰিছে। আজি সংঘৰ মৰিগাওঁ জিলা সমিতিৰ বিষয়ববীয়া মোহন দাস আৰু লোহিত দাস সত্ৰাধিকাৰ গৰাকীৰ বাসগৃহত উপলৈস্থিত হৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জনায়।

অধিক খৱৰ পঢ়িবলৈ

ঔষধৰ মূল্যতকৈ সৰ্বাধিক ৯০ শতাংশ কম অধিক খৱৰ পঢ়িবলৈ

Related Articles