Breaking

গাড়ী চলোৱা শিকিবলৈ গৈ দুৰ্ঘটনাত পতিত ভুবন বাদ্যকাৰ।

0 2,426

গাড়ী চলোৱা শিকিবলৈ গৈ দুৰ্ঘটনাত পতিত হ’ল ‘কাচা বাদাম’ খ্যাত ভুবন বাদ্যকাৰ।হাস্পতালত ভৰ্তি ভুবন বাদ্যকাৰ। উল্লেখযোগ্য যে শেহতীয়াকৈ তেওঁ এখন ছেকেণ্ডহেণ্ড চাৰিচকীয়া গাড়ী ক্ৰয় কৰিছিল।সেই গাড়ীখন চলোৱা শিকিবলৈ গৈ দুৰ্ঘটনাত পতিত হয় ভুবন বাদ্যকাৰ। গাড়ীখনে এখন দেৱালত খুন্দা মাৰে, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ভুবন বাদ্যকাৰ।বুকু আৰু পিঠিত আঘাত পাইছে ভুবন বাদ্যকাৰে। উল্লেখযোগ্য বাদাম বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা ভুবন বাদ্যকাৰৰ এটা গান ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে সলনি হয় জীৱনৰ গতিপথ।

Leave A Reply

Your email address will not be published.