Breaking

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাৰ লছিমা – কুহৰট্টাৰী সমন্বয় সমিতিৰ উদ্যোগত দ্বি-বাৰ্ষিক ৰঙালী বিহু উদযাপন

0 1,067

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাৰ লছিমা-কুহৰট্টাৰীত এদিনীয়া কাৰ্যসূচীৰে মহা ধুমধামেৰে আয়োজন কৰা হৈছে ৰঙালী বিহু।‌অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া আৰু মৌচুমী বৰাৰ সংগীতানুষ্ঠান চাবলৈ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতী সকল আহি আনন্দৰে উপভোগ কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া গীত।অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়াৰ আৰু মৌচুমী বৰাৰ গীতৰ তালে তালে নাচিলে অনুৰাগীয়ে ।

সভাপতি নন্দৰাম বড়ো আৰু সম্পাদক ইমদাদুল হ’ক, সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে জইনুৰ হ’ককে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.