BLOCKBUSTER তালিকাত অন্তভুক্ত বহু চৰ্চিত অসমীয়া ছবি ‘বিদুৰভাই।

বিগত ১৯ জুলাইত ৰাজ্যৰ ১৭৯টা ছবিগৃহত মুক্তি লাভ কৰিছিল ‘বিদুৰভাই’ ছবিখনে।
সুব্ৰত কাকতিৰ পৰিচালিত আৰু ৰুষ্টক এণ্টাৰটেইনমেণ্টৰ বেনাৰত প্ৰযোজিত ‘বিদুৰভাই’ ছবিখন উপভোগ কৰি দৰ্শকে অতি আমোদ কৰিছে।

শেহতীয়াকৈ ছবিখনে BLOCKBUSTER তালিকাত নিজৰ অন্তভুক্ত কৰিছে।

Box Officeত ১০.১০ কোটি টকা উপাৰ্জন কৰিলে বিদুৰভাইয়ে।