Breaking

অসম ৰাজ্যিক বিজেপিত বৃহৎ সালসলনি ! ফণীন্দ্ৰনাথ শৰ্মাৰ স্থানত জি আৰ ৰবীন্দ্ৰ ৰাজুক দায়িত্ব…

0 149

অসম ৰাজ্যিক বিজেপিত বৃহৎ সালসলনি !

অসম বিজেপি সাংগঠনিক সম্পাদকৰ পৰা আঁতৰিল ফণীন্দ্ৰনাথ শৰ্মা।


অসমৰ নতুন দলটোৰ সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি প্ৰদান কৰে হাৰিয়ানাৰ পূৰ্বৰ সাংগঠনিক সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু।

আহাতে ফণীন্দ্ৰনাথ শৰ্মাক অসমৰ পৰা আঁতৰাই হাৰিয়ানাৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়।

Leave A Reply

Your email address will not be published.