Breaking

মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত ! কেন্দ্ৰৰ ইউনিফাইড পেন্সন আঁচনিত অনুমোদন মহাৰাষ্ট্ৰ চৰকাৰৰ…

0 14

মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। কেন্দ্ৰৰ ইউনিফাইড পেন্সন আঁচনিত অনুমোদন মহাৰাষ্ট্ৰ চৰকাৰৰ।

মহাৰাষ্ট্ৰৰ ৰাজ্যিক কৰ্মচাৰীয়ে UPSৰ অধীনত লাভ কৰিব পেন্সন।

কেন্দ্ৰৰ নতুন পেন্সন আঁচনিত অনুমোদন কৰা প্ৰথমখন ৰাজ্যত পৰিণত মহাৰাষ্ট্ৰ।

Leave A Reply

Your email address will not be published.