Breaking

ATM চুৰিৰ ঘটনা প্ৰসংগত বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শংকৰ দাসক নিলম্বন…

0 28

ATM চুৰিৰ ঘটনাক লৈ কঠোৰ DGP৷ বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শংকৰ দাসক নিলম্বন ৷

বৃহস্পতিবাৰে নিশা বিজনীত চোৰে লুটপাত চলাইছিল ATMত ৷

ইয়াৰ পাছতেই আৰক্ষীৰ নিৰাপত্তাৰ প্ৰসংগক লৈ চলিছিল চৰ্চা ৷ চৰ্চাৰ মাজতে বিজনী থানাৰ OC শংকৰ দাসক নিলম্বনৰ নিৰ্দেশ৷

Leave A Reply

Your email address will not be published.