May 4, 2024 কলিয়াবৰ আমবাগানৰ দুৰ্ঘটনাত নিহত বাইক আৰোহী ছহিদুল ইছলাম… Share FacebookTwitterWhatsAppTelegramKooEmail কলিয়াবৰ আমবাগানত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত বাইক আৰোহী ছহিদুল ইছলাম। মৃত ছহিদুল ইছলাম আছিল দুই সন্তানৰ পিতৃ। নিশা বিয়া খাই ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় দুৰ্ঘটনা। ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষীৰ তদন্ত আৰম্ভ। Related Articles ৰাষ্ট্ৰপতিৰ স্বাক্ষৰত আইনত পৰিণত হ’ল ৱাকফ (সংশোধনী) বিধেয়ক, সম্পত্তিৰ দাবী আৰু পৰিচালনাত আহিল নতুন নিয়ম । The Waqf (Amendment) Bill, 2025 দৈনন্দিন বাৰ্তা - April 6, 2025 মৰিগাঁওৰ আহঁতগুৰিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাহিত্য দিৱস । morigaon দৈনন্দিন বাৰ্তা - March 26, 2025 শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ মৰনৈ চাপৰি প্ৰাথমিক শাখাৰ ৰূপালী জয়ন্তী মহোৎসৱ উদযাপনৰ প্ৰস্তুতি ।srimanta sankaradeva দৈনন্দিন বাৰ্তা - March 26, 2025