Breaking

বিলাসীপাৰা শোকাৱহ ঘটনা ! ৰে’ল বিভাগৰ অভাৰ ব্ৰিজৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎ স্পৰ্শ ফলত থিতাতে নিহত এজন শ্ৰমিক…

0 22

বিলাসীপাৰা শোকাৱহ ঘটনা । বিলাসীপাৰা হাকামা সংঘটিত হয় এই শোকাৱহ ঘটনা।

ৰে’ল বিভাগৰ অভাৰ ব্ৰিজ (over bridge) ৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎ স্পৰ্শ ফলত থিতাতে নিহত এজন শ্ৰমিক।


শ্ৰমিক জন মায়াৰ চৰ দ্বিতীয় খণ্ড গাঁৱৰ ছলেমান বুলি জানিব পৰা গৈছে।

পিছত ঘটনা স্থলীত আৰক্ষী দল উপস্থিত হৈ মৃত দেহটো উদ্ধাৰ কৰি মৰণোত্তৰ ভাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.