August 27, 2024 নাৰায়ণপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চৰাইদলনিৰ বীণা নেওগৰ মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail নাৰায়ণপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত মহিলাৰ মৃত্যু। মৃত মহিলাগৰাকী চৰাইদলনিৰ বীণা নেওগ। ডিব্ৰুগড়ৰ AMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু মহিলাগৰাকীৰ। বিগত এমাহত নাৰায়ণপুৰত JEত আক্ৰান্ত হৈ মৃত্যু হৈছে দুজনৰ। Related Articles Mridul Bhuyan: মাতৃহাৰা হ’ল জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা, দৰ্শকক হতাশ নকৰি মঞ্চত অভিনয় কৰি গ’ল বিশিষ্ট অভিনেতাগৰাকীয়ে দৈনন্দিন বাৰ্তা - February 27, 2025 Margherita News: শতায়ু গৰকা মাৰ্ঘেৰিটাৰ চামচা পাংয়ুক ককাৰ দেহাৱসান, অঞ্চলজুৰি শোকৰ ছাঁ। দৈনন্দিন বাৰ্তা - February 20, 2025 Pallab Bora: জ্যেষ্ঠ ভিডিঅ’ জাৰ্ণেলিষ্ট পল্লৱ বৰাৰ মৃত্যু দৈনন্দিন বাৰ্তা - February 11, 2025