Breaking

অৱশেষত উদ্ধাৰ হ’ল বিশ্বজিৎ ভূঞাৰ নিথৰ দেহ! নাৱৰ পৰা পানীত পৰি তিনিদিনে সন্ধানহীন হৈ আছিল বিশ্বজিৎ ভূঞা…

0 20

তিনিদিনৰ আগতে দেৰগাঁৱৰ গঁড়মৰা চকীয়ালচুকত তুলুঙা নাৱৰ পৰা পানীত পৰি সন্ধানহীন হৈছিল বিশ্বজিৎ ভূঞা নামৰ উদিয়মান যুৱকজন। এই তিনিদিনে SDRF বাহিনীয়ে উদ্ধাৰৰ বাবে অভিযান চলাই আছিল যদিও বিশ্বজিৎ ভূঞাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল।

আজি তিনি দিনৰ অন্তত চৰাইচাপৰি নাওমাৰী গাৱত বিশ্বজিৎ ভূঞাৰ মৃতদেহ স্থানীয় ৰাইজ আৰু SDRF বাহিনী য়ে উদ্ধাৰ কৰে। উদিয়মান যুৱক জনৰ মৃত্যুৱে অঞ্জলটোলৈ শোকৰ ছাঁ কঢ়িয়াই আনিছে।

Leave A Reply