Breaking

শোণিতপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বিশ্বজিৎ বড়োক নিলম্বন…

0 30

শোণিতপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বিশ্বজিৎ বড়োক নিলম্বন৷ তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বড়োক নিলম্বন মাধ্যমিক শিক্ষা সঞ্চালকৰ৷

বড়োৰ মোবাইলৰ পৰা ভাইৰেল হৈছিল সহঃশিক্ষয়িত্ৰীৰ অশ্লীল ভিডিঅ’৷

সহকাৰী শিক্ষয়িত্ৰীগৰাকীয়ে নিজেই প্ৰেৰণ কৰিছিল নিজৰ অশ্লীল ভিডিঅ’৷

Leave A Reply

Your email address will not be published.