Breaking

ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে বিজেপিয়ে…

0 13

ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে বিজেপিয়ে।
খেলিৱৈক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগৰ বাবেই এইবেলি লোকসভা নিৰ্বাচনৰ টিকট নাপালে ব্ৰিজ ভূষণ শৰণ সিঙে। ভাৰতীয় কুস্তি ফেডাৰেচন (ডব্লিউএফআই)ৰ প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে একাংশ মল্লযোদ্ধাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

সিঙৰ বিৰুদ্ধে দেশৰ শ্ৰেষ্ঠ মল্লযোদ্ধাসকলে ৰাজপথলৈ ওলাই আহিছিল আৰু তীব্ৰ প্ৰতিবাদ কৰিছিল। ফলস্বৰূপে, বিজেপিয়ে তেওঁক টিকট নিদিবলৈ বাধ্য হৈছে। কিন্তু দলৰ এই নেতাজনক দলিয়াই দিব নোৱাৰি তেওঁৰ সেয়েহে, গেৰুৱা দলটোৱে তেওঁৰ পুত্ৰক টিকট দিয়াৰ সিদ্ধান্ত লৈছে।

Leave A Reply

Your email address will not be published.