ধন দাবী কৰি পুনৰ বিতৰ্কত বিজেপি নেতা৷ মথনগুৰি সমষ্টিৰ EM গৌতম দাসৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ৷
এজন সুৰা ব্যৱসায়ীক গৌতম দাসে দাবী কৰিছিল ২ লাখ টকা৷
দাবী কৰা ধন নিদিলে সুৰাৰ বিপণি বন্ধ কৰি দিয়াৰ হুংকাৰ দাসৰ৷ ব্যৱসায়িক অনুজ্ঞা-পত্ৰ নৱীকৰণৰ বাবে ২ লাখ টকা বিচৰাৰ অভিযোগ৷