Breaking

বঙাইগাঁৱত পথ দুৰ্ঘটনাত থিতাতে বিজেপি নেতা লুভাস বৰ্মন…

0 15

বঙাইগাঁৱত পথ দুৰ্ঘটনাত বিজেপি নেতাৰ মৃত্যু। দুৰ্ঘটনাত থিতাতে নিহত বিজেপি নেতা লুভাস বৰ্মন।

বঙাইগাঁও জিলা বিজেপিৰ উপ-সভাপতি আছিল লুভাস বৰ্মন। বঙাইগাঁৱৰ কাকৈজানাত সংঘটিত হৈছিল পথ দুৰ্ঘটনা।

মৃত লুভাস বৰ্মনৰ ঘৰ চিদলস্বতী খৰাপাৰাত।

Leave A Reply

Your email address will not be published.