Breaking

সৰ্বভাৰতীয় পৰ্যায়ত বিজেপিয়ে আৰম্ভ কৰিব সদস্য ভৰ্ত্তি অভিযান ! ১০ কোটি সদস্য ভৰ্তিৰ লক্ষ্য বিজেপিৰ…

0 18

সৰ্বভাৰতীয় পৰ্যায়ত বিজেপিয়ে আৰম্ভ কৰিব সদস্য ভৰ্ত্তি অভিযান । ১০ কোটি সদস্য ভৰ্তিৰ লক্ষ্য বিজেপিৰ ।ৰাজ্যিক পৰ্যায়তো হ’ব এই বিশেষ অভিযান । কি ব্যৱস্থাৰ মাজৰে ৰাজ্যত চলিব এই অভিযান জানক

এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব প্ৰশিক্ষণ পৰ্ব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাকে প্ৰমুখ্য কৰি ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত হ’ব এই প্ৰশিক্ষণ পৰ্ব ।

জিলা পৰ্য্যায়ৰ বিষয়ববীয়াক প্ৰদান কৰিব এই প্ৰশিক্ষণ ।ৰাজ্যিক পৰ্যায়ত হ’ব লগীয়া সদস্য ভৰ্তি অভিযানৰ বাবে পল্লৱ লোচন দাসক ৰাজ্যিক আহ্বায়ক হিচাপে নিয়োগ কৰা হৈছে

Leave A Reply

Your email address will not be published.