Breaking

ছোমালিয়াৰ ৰাজধানী মোগাদিছুত বিস্ফোৰণত ৫ জন লোকৰ মৃত্যু…

0 10

ছোমালিয়াৰ ৰাজধানী মোগাদিছুত বোমা বিস্ফোৰণ। বিস্ফোৰণত ৫ জন লোকৰ মৃত্যু, ২০ জন আহত।

মোগাদিছুৰ এখন কেফেৰ বাহিৰত শক্তিশালী বোমা বিস্ফোৰণ।

ইউৰো কাপৰ ফাইনেল উপভোগ কৰি থকাৰ সময়তে এই বিস্ফোৰণ। বোমা বিস্ফোৰণত কোন জড়িত সেয়া পোহৰলৈ অহা নাই।

Leave A Reply

Your email address will not be published.