Breaking

পুঠিমাৰী নৈত উদ্ধাৰ ৩৪ বছৰীয়া কৃষ্ণৰ মৃতদেহ

0 1,127

মলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আঠগাৱত পুঠিমাৰী নৈত এজন যুৱক নিখোজৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল।মঙলবাৰে নিশা কৃষ্ণ দাস নামৰ নকুছি নিবাসী যুৱকজন দলঙৰ পৰা পৰি যোৱা বুলি লগৰ এজন বন্ধুৱে আৰক্ষীক জনোৱা খবৰৰ ভিত্তিতেই পুৱাৰ পৰা পুঠিমাৰী নৈত নদী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল।

অৱশেষত উদ্ধাৰ হ’ল কৃষ্ণৰ মৃতদেহ,সম্প্ৰতি আৰক্ষীয়ে উদ্ধাৰ কৰি আনিলে ৩৪ বৰ্ষীয় যুৱকজনৰ মৃতদেহ।

Leave A Reply

Your email address will not be published.