“দীঘলতী দীঘল পাত(Bohag Bihu 2025)
মাখি মাৰো জাত জাত
বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু, বাপেৰে সৰু
তই হবি বৰ গৰু।”
আজি গৰু বিহু। মাহ-হালধীৰে গৰুক নোৱাই-ধোৱাই শ্ৰীবৃদ্ধি কামনা। লগতে দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, গা-ধুৱাই পৰম্পৰা ৰক্ষা কৰিছে ৰাইজে।
আজি গৰু বিহু, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, মাহ-হালধীৰে গৰুক গা-ধুৱাই পৰম্পৰা ৰক্ষা বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ। ফটো চাওক-




পুৱাই বিধায়ক মৃণাল শইকীয়াই গৰুক গা ধুৱাই পৰম্পৰা ৰক্ষা কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমবাসীক জনালে ৰঙালী বিহুৰ শুভেচ্ছা।
ব’হাগ বিহুৰ শুভেচ্ছা জনালে নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলঙে।
