Breaking

কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শৈক্ষিক উপাধ্যক্ষ, ‘দৈনন্দিন বাৰ্তা’ কাকতৰ স্তম্ভ লেখক তথা বিশিষ্ট কবি ড° অনিল কুমাৰ শইকীয়াৰ মৃত্যুত বোকাখাত মহকুমা কবি সন্মিলনৰ শোক প্ৰকাশ

0 67

কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শৈক্ষিক উপাধ্যক্ষ, ‘দৈনন্দিন বাৰ্তা’ কাকতৰ স্তম্ভ লেখক তথা বিশিষ্ট লেখক, অৰ্থনীতিবিদ, কবি, সমালোচক তথা সদৌ অসম কবি সন্মিলনৰ অন্যতম শুভাকাংক্ষী ড° অনিল কুমাৰ শইকীয়াৰ পৰলোকপ্ৰাপ্তিত বোকাখাত মহকুমা কবি সন্মিলনৰ শোক প্ৰকাশ।

তেখেতৰ মৃত্যু অসমৰ বৌদ্ধিক জগতৰ অভাৱনীয়, অপূৰণীয় ক্ষতি। আমি তেখেতৰ শোকসন্তপ্ত পৰিয়ালৰ মৰ্মান্তিক দুখৰ সমভাগী হ’লোঁ আৰু বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

Leave A Reply

Your email address will not be published.