Budget Session: আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন, কোকৰাঝাৰলৈ বাছেৰে ৰাওনা মন্ত্ৰী-বিধায়ক

আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন। দিছপুৰৰ পৰিৱৰ্তে প্ৰথমবাৰৰ বাবে বড়োলেণ্ডত অনুষ্ঠিত হ’ব বাজেট অধিৱেশন। পুৱা কোকৰাঝাৰলৈ বাছেৰে ৰাওনা মন্ত্ৰী-বিধায়ক।(Budget Session)

প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত বিধানসভাৰ বাজেট অধিৱেশন। পুৱা ৬ বজাতেই কোকৰাঝাৰলৈ বাছেৰে ৰাওনা হয় মন্ত্ৰী-বিধায়ক।


কোকৰাঝাৰৰ BTR বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হ’ব অধিৱেশন। পুৱা ৬ বজাতেই কোকৰাঝাৰলৈ বাছেৰে ৰাওনা হয় মন্ত্ৰী-বিধায়ক।


বাজেট অধিৱেশনৰ প্ৰথমদিনৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে সতীৰ্থসকলৰ সৈতে বাছেৰে এইদৰে যাত্ৰা কৰে মন্ত্ৰী-বিধায়কসকলে।

Related Articles