Breaking

কলগাছিয়াৰ বেছিমাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা; থিতাতে নিহত এজন

0 49

কলগাছিয়াৰ বেছিমাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বেছিমাৰী গাঁৱত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হয়।

থিতাতে মৃত্যুক সাৱটি লয় এজন লোকে। নিহত যুৱকজনৰ নাম ৰকিবুল ইছলাম। অঞ্চলব্যপী শোকৰ ছাঁ।

গুইলেজাৰ পৰা কলগাছিয়া হৈ গুৱাহাটীলৈ যোৱা AS15 A C 0981 নম্বৰৰ বাছ গাড়ী খনে বেছিমাৰী গাঁৱত বিপৰীত মুখৰ পৰা আহি থকা AS15 H 1853 নম্বৰৰ পালছাৰ বাইকখনক মুখামুখি খুন্দমাৰে।

ফলত বাইক আৰোহী ৰকিবুল ইছলাম (২১) থিতাতে নিহত হয়।

Leave A Reply

Your email address will not be published.