- ডিজিটেল বাজেট হাতত লৈ সংসদ ভৱনত উপস্থিত নিৰ্মলা সীতাৰমণ।
- প্ৰথমে ৰাষ্ট্ৰপতিক সাক্ষাত কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।
- সাজু হৈছে বিত্ত মন্ত্ৰালয়ৰ কৰ্মচাৰীসকলো।
- এইখন সীতাৰমণৰ কাৰ্যকালৰ ৪ৰ্থ খন বাজেট।
- এইবাৰ ২য় বাৰৰ বাবে ডিজিটেল বাজেট দাখিল কৰিব সংসদত।
- দিনৰ ১১ বজাত লোকসভাত দাখিল কৰিব এই বাজেট।