Bye: বেছিভাগেই নাজানে! ফোন ৰখাৰ সময়ত ‘Bye’ বুলি কয়, ‘Bye’ৰ ফুলফর্ম কি?

ফোনত কথা পাতি শেষত ‘বাই’ বুলি যে কয় Byeৰ ফুলফর্ম জানেনে? বেছিভাগ মানুহেই হয়টো এই প্ৰশ্নৰ উত্তৰ নাজানে। (Bye)এইটো আচলতে বিদায় লোৱাৰ শব্দ। আজিকালি মানুহে শব্দবোৰ চুটি কৰিছে।

কথা-বতৰাৰ শেষত আমি সাধাৰণতে টাটা বা বাই বুলি কওঁ। ধৰি লওক আপুনি কাৰোবাৰ লগত মোবাইল ফোনত কথা পাতিছে আৰু তাৰ পিছত সেই ফোনটো ৰখাৰ সময়তে বহুতে টাটা বা বাই বুলি কয়।



কিন্তু আপুনি জানেনে এই ‘বাই’ শব্দটোৰ সম্পূৰ্ণ ৰূপ, Bye শব্দৰ অৰ্থ হৈছে Be With You Everytime। আজিকালি এই লাইনটো চুটি কৰি বাই বুলি কয় মানুহে।


আশীৰ দশকত ‘বাই’ শব্দটো অতি জনপ্ৰিয় হৈ পৰিছিল এই শব্দটো প্ৰথমে আমেৰিকাত বিদায় শুভেচ্ছা হিচাপে ব্যৱহাৰ কৰা হৈছিল।


আনহাতে ব্ৰিটিছ ইংৰাজীত TA-TA শব্দৰ অৰ্থ বিদায়, বিশেষকৈ কাৰোবাক বিদায় লওঁতে এই শব্দটো বহুলভাৱে ব্যৱহাৰ কৰা হয়।

আকৌ বহুতে Good byeটোক চুটি কৰি বাই কয়। জনা যায় যে এই শব্দটো প্ৰথমবাৰৰ বাবে ১৫৭০ চনত ব্যৱহাৰ কৰা হৈছিল। Good byeৰ ফুলফৰ্ম হৈছে God be with you।

কিছুমান শব্দ আমি সম্পূৰ্ণভাৱে নজনাকৈয়ে মুখে মুখে ব্যৱহাৰ কৰোঁ।

Related Articles