Breaking

চেঁচা নদীত গাড়ী দুৰ্ঘটনাগ্ৰস্ত

0 544

ডিব্ৰুগড় জিলা লাহোৱাল আৰক্ষী চকী আৰু ঘোঁৰামৰা আৰক্ষী থানা সীমাত থকা ঐতিহাসিক জয়পুৰ নাহৰকটিয়া পথৰ মৰাপাট মেলেঙীয়ালৰ সীমাৰেখা চেঁচা নদীত তীব্ৰবেগী ডি ৱাই দুৰ্ঘটনাগ্ৰস্ত হয়।সৌভাগ্যক্ৰমে গাড়ীখনত থকা  চালককে ধৰি তিনিজন লোকৰ প্ৰাণ ৰক্ষা পৰে।এ এছ ০৬-১২৫৭ নম্বৰৰ ডি ৱাই মালবাহী গাড়ীখনত জে চি বি গাড়ী সা সঞ্জাম বুজাই কৰি আনিছিল।লাহোৱাল আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া অনুপম গোৱালা ঘটনাস্থলীত উপস্থিত হোৱা লগতে এছডিআৰএফ বাহিনীৰ জৰিয়তে গাড়ীখন উদ্ধাৰ কৰা লগতে চালককে ধৰি আটাইকেইজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

ReplyForward
Leave A Reply

Your email address will not be published.