Breaking

অখিল গগৈ, দেবব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু বিজেপি নেতা ময়ূৰ বৰগোহাঁইৰ…

0 27

শিৱসাগৰত অখিল গগৈ, দেবব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু বিজেপি নেতা ময়ূৰ বৰগোহাঁইৰ।শিৱসাগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ৰুজু গোচৰ। এটা বিশেষ ভিডিঅ’ক কেন্দ্ৰ কৰি বিজেপি নেতা ময়ুৰ বৰগোঁহাইয়ে দাখিল কৰিলে গোচৰ।

ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে বৰপেটাত ৰুজু হৈছিল দুটাকৈ গোচৰ। তাৰ পিছতেই বিষয়তোক লৈ সৰৱ হৈছিল অখিল গগৈ, দেবব্ৰত শইকীয়া আৰু ভূপেন বৰা। ভুল তথ্যৰে মিছা অভিযোগ উত্থাপনৰ কৰা বুলি মন্তব্য ময়ুৰ বৰগোঁহাইৰ।

Leave A Reply

Your email address will not be published.