ক’ভিড ভেকচিনত কেন্দ্ৰীয় চৰকাৰৰ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা

চলিত বৰ্ষৰ জুলাই মাহৰ লৈকে কেন্দ্ৰই ভেকচিন ক্ৰয়ত খৰচ কৰিছে মুঠ আঠ হাজাৰ কোটি টকা। এই বৰ্ষত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ভেকচিনৰ বাবদ ৩৫ হাজাৰ কোটি টকা অনুমোদন কৰিছিল কেন্দ্ৰৰ পৰা। কিন্ত এতিয়া ভেকচিনত খৰচ অত্যাধিক হোৱাৰ সম্ভাৱনা প্ৰকত হোৱাৰ পাছতেই কেন্দ্ৰ চৰকাৰে শীতকালীন অধিৱেশনত অতিৰিক্ত ধনৰ হেতু সংসদৰ অনুমতি লব লাগিব। ইয়াৰ পাছতেই ক’ভিড ভেকচিনত কেন্দ্ৰীয় চৰকাৰৰ খৰচ ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকত হৈ উঠিছে।

Related Articles