Breaking

বিশ্বত হ্ৰাস পাইছে চেম্পেইনৰ বিক্ৰী ! নোহোৱা হৈছে চাহিদা…

0 25

হ্ৰাস পাইছে চেম্পেইনৰ বিক্ৰী, নোহোৱা হৈছে চাহিদা । বিশ্বত হ্ৰাস পাইছে ৰং, ফুৰ্টি, আনন্দ-উল্লাস উদযাপন। উদযাপনৰ অভাৱত বিক্ৰী নোহোৱা হৈছে চেম্পেইন।

বিলাসী সামগ্ৰী কোম্পানী LVMHৰ ২০২৪ চনত হ্ৰাস পাইছে চেম্পেইন বিক্ৰীৰ ৰাজহ।

LVMHৰ মুখ্য বিত্তীয় বিষয়াৰ মতে, বৰ্তমান বিশ্বত বিশেষ আনন্দ নাই বাবে হ্ৰাস পাইছে চেম্পেইনৰ ব্যৱহাৰ ।

Leave A Reply

Your email address will not be published.