ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত ল’লে চম্পাই ছোৰেনে…

আজি ঝাৰখণ্ডৰ নতুন চৰকাৰৰ শপত গ্ৰহণ৷


নতুন মুখ্যমন্ত্ৰীৰূপে শপত ল’লে চম্পাই ছোৰেনে৷


ৰাজভৱনত শপত গ্ৰহণ নতুন মন্ত্ৰীসভাৰ৷


দলৰ অধ্যক্ষ হেমন্ত ছোৰেনৰ পিছত মুখ্যমন্ত্ৰী হিচাপে জেএমএমৰ জ্যেষ্ঠ নেতা চম্পাই সোৰেনৰ শপত গ্ৰহণ।


ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনৰ কনিষ্ঠ ভাতৃ দিকুৰাম ছোৰেনে কয় যে তেওঁ মুখ্যমন্ত্ৰী হোৱাটো ‘আনন্দৰ বিষয়’।

Related Articles