Champions Trophy Final 2025: আজি চেম্পিয়নছ ট্ৰফীৰ ফাইনেল মেচ, সমুখ সমৰত ভাৰত-নিউজীলেণ্ড

আজি চেম্পিয়নছ ট্ৰফীৰ ফাইনেল। (Champions Trophy Final 2025)

ডুবাইত সমুখ সমৰত ভাৰত-নিউজীলেণ্ড।

ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ’ব হাইভল্টেজ মেচখন।

চেম্পিয়নছ ট্ৰফীত বিজয়ী দলে লাভ কৰিব ১৯.৫ কোটি টকাৰ প্ৰাইজমাণি।

টীম ইণ্ডিয়াৰ জয়ৰ বাবে পূজা-অৰ্চনা ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ।

ৰাণাৰ্চআপ দলে লাভ কৰিব ৯.৭৮ কোটি টকা।

মেচখনক লৈ ক্ৰীড়াপ্ৰেমীৰ মাজত ব্যাপক উৎকণ্ঠা।

টীম ইণ্ডিয়াৰ জয়ৰ বাবে পূজা-অৰ্চনা ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ।


Related Articles