Breaking

উত্তৰ প্ৰদেশৰ গোণ্ডাত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত…

0 66

উত্তৰ প্ৰদেশৰ গোণ্ডাত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত।

১৫৯০৪ নম্বৰ ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’লখনৰ দুৰ্ঘটনাত কেইবাজনো লোক আহত।

লাইনচ্যুত হৈ বাগৰিল দুটাকৈ ডবা।

Leave A Reply

Your email address will not be published.