তথ্য আৰু জনসংযোগ সঞ্চালকালয় ,অসম উদ্যোগত ৰাজ্যিক ভিত্তিত ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উৎযাপন ।অনুষ্ঠানত উপস্থিত অসম চৰকাৰৰ মাননীয় জনসংযোগ বিভাগৰ মন্ত্ৰী পিজুষ হাজৰিকা লগতে জনসংযোগ বিভাগৰ সচিব মীৰা গগৈ সোণোৱাল,তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° চান্দন কুমাৰ শৰ্মা আৰু বহু বিষয়াৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ জেষ্ট সাংবাদিক সকল।অনুষ্ঠানত জনসংযোগ বিভাগৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে মন্ত্ৰী পিজুষ হাজৰিকাৰ।অসমৰ ভিন্ন প্ৰান্তৰ ১২ গৰাকী জেষ্ট সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন জনসংযোগ বিভাগৰ মন্ত্ৰী পিজুষ হাজৰিকাৰ।ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে মুখ্য অথিতি মন্ত্ৰী পিজুষ হাজৰিকাৰ মঞ্চত গুৰুতত্বপূৰ্ন বক্তব্য ।সংবাদ মাধ্যম নিৰপেক্ষ হবলৈ আহ্বান মন্ত্ৰী পিজুষ হাজৰিকাৰ।ৱেব পৰ্টেলে সংবাদ মাধ্যমক ভাবুকি আনিছে, মন্ত্ৰী পিজুষ হাজৰিকাৰ মন্তব্য পতি পত্নী মিলি এটা স্মাৰ্ত ফোন ৰে ৱেব পৰ্টেল চলাব পাৰে বুলি মন্তব্য মন্ত্ৰী গৰাকীয়ে । এই সমূহে সংবাদ মাধ্যমক ভাবুকি প্ৰদান কৰিছে ।পিজুষ হাজৰিকাৰ মন্তব্য কিছু কিছু ক্ষেত্ৰত কিছুমান তথা কঠীত সাংবাদিকে ,নিজৰ পৰিচয় পত্ৰ খনলৈ ব্লেক মেইলিং অভিযোগ কৰিছে , এই সমূহ ভাল দৰে পৰ্যবেক্ষণ কৰিবলৈ আহ্বান অসমৰ জেষ্ট সাংবাদিক সকলক।