Breaking

আজি ইডিৰ মুখামুখি হ’ব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল…

0 45

আজি ইডিৰ মুখামুখি হ’ব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল!

দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত আজি অৰ্থাৎ ২ নৱেম্বৰত ইডিৰ সন্মুখত হাজিৰ হ’ব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

পুৱা ১১ বজাত ইডিৰ কাৰ্যালয়ত উপস্থিত থাকিব কেজৰিৱাল।

Leave A Reply

Your email address will not be published.