Breaking

নিজেশ্বৰী মন্দিৰত চলি থকা মনসা পূজাত উপস্থিত মুখ্যমন্ত্ৰী

0 18

দক্ষিণ কামৰূপৰ মিৰ্জা বৰকুছিস্থিত শ্ৰী শ্ৰী মা নিজেশ্বৰী মন্দিৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

নিজেশ্বৰী মন্দিৰত চলি থকা মনসা পূজাত উপস্থিত মুখ্যমন্ত্ৰী ।

ব্যক্তিগত অসুবিধাৰ বাবে মন্দিৰৰ ভিতৰত প্ৰৱেশ নকৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

বাহিৰৰ পৰাই সেৱা জনাই দেউধনী নৃত্য উপভোগ কৰিলে মুখ্যমন্ত্ৰীয়ে ।

শ্ৰী শ্ৰী মা নিজেশ্বৰী মন্দিৰ নিৰ্মানৰ নামৰ ২৫লাখ টকা অনুদান দিয়ে মুখ্যমন্ত্ৰীয়ে ।

গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী সন্দৰ্ভত আজি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে “মই কি কৰিম মোৰ কথা চিন্তা কৰিবলৈ মোকেই এৰি দিয়ক,ৰাজ্যখনৰ ইমান মানুহৰ কথা চিন্তা কৰো যিহেতু মই মোৰ কথা নিজে চিন্তা কৰিম” বুলি মন্তব্য কৰে ।

পলাশবাৰী, ছয়গাও-বকো, চমৰীয়া সমজিলা হ’ব আৰু জিলা অধিকাৰ অহা ২অক্টোবৰৰ পৰা জিলাৰ সকলো অধিকাৰ সমষ্টিয়ে লাভ কৰিব ।

২ অক্টোবৰৰ পৰাই জিলা সমুহ সদৰ মহকুমাৰ বাবেহে থাকিব, সমষ্টি সমুহে লাভ কৰিব জিলাৰ অধিকাৰ ।

Leave A Reply

Your email address will not be published.