Breaking

বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰ ভ্ৰমণ কাৰ্যসূচী বাতিল মুখ্যমন্ত্ৰীৰ…

0 12

সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লখিমপুৰ ভ্ৰমণ বাতিল।

আজিৰে পৰা দুদিনীয়াকৈ ভ্ৰমণ কাৰ্যসূচী আছিল মুখ্যমন্ত্ৰীৰ।

মঙলবাৰে উত্তৰ লখিমপুৰত আয়োজন কৰা হৈছিল আয়ুক্ত সন্মিলন।

আয়ুক্ত সন্মিলনো বাতিল কৰা হৈছে৷

Leave A Reply