Breaking

পবিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনটোত সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰমত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা…

0 18

📌 পবিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনত সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰমত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।


📌 উপস্থিত হৈ সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰমৰ আবাসিসকলক মুখ্যমন্ত্ৰীয়ে আধাৰ কাৰ্ড,ৰেচন কাৰ্ড আৰু আয়ুস্মান কাৰ্ডৰ লগতে প্ৰদান কৰে অৰুণোদয়ৰ অনুমোদন পত্ৰ।


📌 ৰাজ্যৰ আন আন জিলাসমূহৰ চৰকাৰী বৃদ্ধাশ্ৰমৰ আবাসিসকলকো অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত এই সুবিধাসমূহ প্ৰদান কৰা হব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave A Reply

Your email address will not be published.