Breaking

তেজপুৰত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

0 17

আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।

তেজপুৰত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ  কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

তেজপুৰত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ  কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি লিখে, ফিট ইণ্ডিয়াৰ বাবে যোগ, সকলোৰে বাবে যোগ! তেজপুৰত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক উদযাপনত অংশগ্ৰহণ।যোগ দিৱসত ভাৰতে ফিট আৰু সুস্থ হৈ থাকিবলৈ বিশ্ববাসীক দিয়া অনন্য উপহাৰৰ উদযাপন।’

Leave A Reply