কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিদেশী বিনিয়োগকাৰীক অসমত বিনিয়োগৰ বাবে উৎসাহ জনোৱাৰ উদ্দেশ্যে পৰিকল্পনা গ্ৰহণ। মোদী 3.0ৰ প্ৰথমখন সাধাৰণ বাজেটত উত্তৰ-পূবৰ বাবে ২৬ হাজাৰ কোটি টকা ঘোষণা কৰাৰ লগতে পূৰ্বোত্তৰত ভাৰতীয় ডাক বেংকৰ ১০০ৰো অধিক শাখা খোলাৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ।

১) প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্র মোদীৰ এক্ট ইষ্ট নীতি শক্তিশালী কৰাৰ দিশত অসমৰ এক গঠনমূলক ভূমিকা।

২) বিদেশী বিনিয়োগকাৰীসকলক অসম বিকাশৰ অংশীদাৰ হ’বলৈ উৎসাহিত কৰা।

৩) ৰাজ্যক দক্ষিণ পূব এছিয়াৰ বাবে এক উপযুক্ত গে’টৱে’ হিচাপে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰা।

তদুপৰি ব্যৱহাৰিক বৈদেশিক নীতিৰ জৰিয়তে আমি এখন ৰাষ্ট্ৰ নির্মাণ কৰা বৃহৎ পদক্ষেপৰ বিষয়ে শিকাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে আজিৰ এক সমৃদ্ধিশালী অভিজ্ঞতাৰ উল্লেখনীয় দিশ বুলি উল্লেখ কৰে ।

Related Articles